এই জনসভাত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, বিজেপিৰ অসমৰ প্ৰভাৰী জয় পাণ্ডা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী তথা অগপ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী নৱ দলে , ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো , সন্মিলিত গণশক্তিৰ সভাপতি পৰমানন্দ চাৰিঙিয়া, সাংসদ প্ৰদান বৰুৱা।