মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বানপীড়িত কামৰূপ আৰু দৰং জিলা পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকী বান-পৰিস্থিতিৰ বুজ লয় আৰু পৰ্যাপ্ত চৰকাৰী সহায়ৰ নিৰ্দেশনাৰে বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকী বান-পৰিস্থিতিৰ বুজ লয় আৰু পৰ্যাপ্ত চৰকাৰী সহায়ৰ নিৰ্দেশনাৰে বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ৰঙিয়া চহৰত বিৰাজ কৰা বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চহৰখনৰ ফাতিমা কনভেন্ট স্কুলত আশ্ৰয় লোৱা বানপীড়িত লোকসকলক সাক্ষাত কৰে। তেওঁ উপায়ুক্ত কৈলাশ কাৰ্তিক এনক পৰ্যাপ্ত পৰিমাণে সাহায্য সামগ্ৰী উপলব্ধ কৰাবলৈ নিৰ্দেশ দিয়ে (CM Himanta Biswa Sarma visits flood affected Kamrup and Darrang district)।