Home » photogallery » assam »CM Visits Flood-Hit Areas : বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী, কামৰূপ আৰু দৰং জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ, লগত গ'ল কেইবাগৰাকীও বিধায়ক

CM Visits Flood-Hit Areas : বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী, কামৰূপ আৰু দৰং জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ, লগত গ'ল কেইবাগৰাকীও বিধায়ক

অসমত প্ৰায় ৩,০০০ গাওঁ বানপানীত আক্ৰান্ত হৈছে, আৰু ৪৩,০০০ হেক্টৰ শস্যভূমি পানীৰ তলত আছে। কেইবাটাও মথাউৰি আৰু ৰাস্তা ক্ষতিগ্ৰস্ত হৈছে।

  • |