உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » assam »CM Himanta and Wife Riniki at Batadrava : পবিত্ৰ বটদ্ৰৱা থানত পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কৰিলে মণিকূটৰ নিৰ্মাণৰ শুভাৰম্ভণি।

    CM Himanta and Wife Riniki at Batadrava : পবিত্ৰ বটদ্ৰৱা থানত পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কৰিলে মণিকূটৰ নিৰ্মাণৰ শুভাৰম্ভণি।

    বুধবাৰে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ মণিকূট, কিৰ্তন ঘৰ আৰু নাটঘৰৰ গৃহ নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই শুভক্ষণত মুখ্যমন্ত্ৰীৰ সৈতে আছিল পত্নী ৰিণিকী ভূঞা শৰ্মাও।