জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজৰিত পবিত্ৰ বটদ্ৰৱা থান প্ৰকল্প মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে যেন এক সপোনৰ প্ৰকল্প। বটদ্ৰৱা থানৰ উন্নয়ন আৰু সংৰক্ষণৰ বাবে চলি আছে অভিলাষী বটদ্ৰৱা প্ৰকল্পৰ কাম। বুধবাৰে সপোনৰ প্ৰকল্পটোৰ কামৰ বুজ ল'বলৈ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সৈতে বটদ্ৰৱা থান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। (Image Courtesy: FB/HimantaBiswaSarma