Home » photogallery » assam »ভোগালীৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কোনে কি উপহাৰ আগবঢ়ালে জানো আহক

ভোগালীৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কোনে কি উপহাৰ আগবঢ়ালে জানো আহক

মাঘ বিহুৰ প্ৰাকক্ষণত অসমৰ মুখ্যমন্ত্ৰীয়ে মাছৰ লগতে আন বিভিন্ন বস্তু উপহাৰ হিচাপে লাভ কৰিলে। উল্লেখ্য যে, উপহাৰ দিওঁতা তথা উপহাৰৰ ফটো আৰু ভিডিঅ' মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ছচিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আজিৰ দিনটোত কি কি লাভ কৰিলে জানো আহক-

শেহতীয়া বাতৰি