உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » assam »গুৱাহাটীৰ ৰাজপথত ‘গুণ্ডামী’ কৰা বিজেপি বিধায়কক শিক্ষা দিয়া ট্ৰেফিক কনিষ্টবলজন কোন? নিয়ম ভঙাৰ কাৰণে কাটিলে চালান

    গুৱাহাটীৰ ৰাজপথত ‘গুণ্ডামী’ কৰা বিজেপি বিধায়কক শিক্ষা দিয়া ট্ৰেফিক কনিষ্টবলজন কোন? নিয়ম ভঙাৰ কাৰণে কাটিলে চালান

    কেৱল ট্ৰেফিক আইন ভংগ কৰা আৰু আৰক্ষী কনিষ্টবলৰ ওপৰত ‘বিধায়কগিৰি’ দেখুওৱাই নহয়, শাসকীয় দলৰ বিধায়ক কেইজনে ব্যৱহাৰ কৰা গাড়ীখনত ক’লা ৰঙৰ আচ্ছাদন ব্যৱহাৰ কৰাকলৈও ৰাইজে কৰিছে প্ৰশ্ন।