কংগ্ৰেছ বিজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ বিশাল বিশাল বাইক ৰেলী। কুইন ওজাৰ সমৰ্থনত উলিয়ালে বিশাল বাইক ৰেলী। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফ্লেগ অফ কৰে এই বাইক ৰেলীৰ। বাইক ৰেলীৰ উদ্বোধনীৰ সময়ত উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, মহেন্দ্ৰ সিং আৰু অতুল বৰাকে ধৰি কেইবাজনো নেতা।