Home

Change Language
অসমীয়া
ENGLISH हिन्दी বাংলা मराठी ગુજરાતી ಕನ್ನಡ தமிழ் മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ
WATCH LIVE TV
Download App
Follow Us on
Trending Topics :#Election2021 #LurinjyotiGogoi #AkhilGogoi #Covid19
Search
  • অসমAssamese
  • ENGLISHENGLISH
  • हिन्दीHINDI
  • বাংলাBengali
  • मराठीMarathi
  • ગુજરાતીGujarati
  • தமிழ்Tamil
  • ಕನ್ನಡKannada
  • മലയാളംMalayalam
  • తెలుగుTelugu
  • ਪੰਜਾਬੀPunjabi
  • اردوUrdu
  • ଓଡ଼ିଆOdia
  • অসম
  • ELECTION 2021
  • Explained
  • দেশ
  • CAA আৰু অসম
  • মিছন পানী
  • বিশ্ব
  • জীৱন শৈলী
  • ফটো
  • ভিডিঅ’
  • LIVE TV
  • Corona
  • Games
  • আমাৰ বিষয়ে
  • আমাক যোগাযোগ কৰক
  • ব্যক্তিগত নীতি
  • Advertise With Us
  • Logo
  • অসম
  • ELECTION 2021
  • Explained
  • দেশ
  • CAA আৰু অসম
  • মিছন পানী
  • বিশ্ব
  • জীৱন শৈলী
  • ফটো
  • ভিডিঅ’
  • LIVE TV
  • Corona
  • Games
  • Search
মুখ্যপৃষ্ঠা » ফটো » অসম

হেঁপাহৰ ৰঙালী পালেহিয়ে, বুঢ়া লুইতৰ পাৰত বিহুৰ আখৰাত ব্যস্ত এদল ডেকা–গাভৰু

কোৰোণাৰ বাবে যোৱা বছৰ বিহু পালনৰ পৰা বিৰত আছিল ৰাজ্যবাসী। এইবছৰ কিন্তু বিহুলৈ সম্পূৰ্ণ সাজু সকলো।

News18 Assam | News18 Assam | April 7, 2021, 1:40 PM IST
1/ 10
 পদুলি মুখত ৰঙালী। ৰঙালীক আদৰিবলৈ সাজু প্ৰতিজন অসমীয়া।  পদুলি মুখত ৰঙালী। ৰঙালীক আদৰিবলৈ সাজু প্ৰতিজন অসমীয়া।

পদুলি মুখত ৰঙালী। ৰঙালীক আদৰিবলৈ সাজু প্ৰতিজন অসমীয়া।

2/ 10
 বিহু অহাৰ লগে লগে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে বিহু কৰ্মশালা, বিহুৰ আখৰা, চৌদিশে শুনা গৈছে ঢোলৰ গুমগুমনি।  বিহু অহাৰ লগে লগে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে বিহু কৰ্মশালা, বিহুৰ আখৰা, চৌদিশে শুনা গৈছে ঢোলৰ গুমগুমনি।

বিহু অহাৰ লগে লগে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে বিহু কৰ্মশালা, বিহুৰ আখৰা, চৌদিশে শুনা গৈছে ঢোলৰ গুমগুমনি।

3/ 10
 ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ পাৰতো বিহুৰ আখৰাত ব্যস্ত এদল ডেকা–গাভৰু।  ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ পাৰতো বিহুৰ আখৰাত ব্যস্ত এদল ডেকা–গাভৰু।

ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ পাৰতো বিহুৰ আখৰাত ব্যস্ত এদল ডেকা–গাভৰু।

4/ 10
 ডিব্ৰুগড়ৰ বৰবিহুৱা জিতেন দাস আৰু বিহু শিল্পী ৰুবি গগৈ সন্দিকৈৰ উদ্যোগত বিহুৰ প্ৰশিক্ষণ লোৱা বহু নাচনী, ঢুলীয়া, পেঁপুৱা আখৰাত ব্যস্ত দেখা গ’ল ব্ৰহ্মপুত্ৰৰ পাৰত।  ডিব্ৰুগড়ৰ বৰবিহুৱা জিতেন দাস আৰু বিহু শিল্পী ৰুবি গগৈ সন্দিকৈৰ উদ্যোগত বিহুৰ প্ৰশিক্ষণ লোৱা বহু নাচনী, ঢুলীয়া, পেঁপুৱা আখৰাত ব্যস্ত দেখা গ’ল ব্ৰহ্মপুত্ৰৰ পাৰত।

ডিব্ৰুগড়ৰ বৰবিহুৱা জিতেন দাস আৰু বিহু শিল্পী ৰুবি গগৈ সন্দিকৈৰ উদ্যোগত বিহুৰ প্ৰশিক্ষণ লোৱা বহু নাচনী, ঢুলীয়া, পেঁপুৱা আখৰাত ব্যস্ত দেখা গ’ল ব্ৰহ্মপুত্ৰৰ পাৰত।

5/ 10
 কোৰোণাৰ বাবে যোৱা বছৰ বিহু পালনৰ পৰা বিৰত আছিল ৰাজ্যবাসী। এইবছৰ কিন্তু বিহুলৈ সম্পূৰ্ণ সাজু সকলো।  কোৰোণাৰ বাবে যোৱা বছৰ বিহু পালনৰ পৰা বিৰত আছিল ৰাজ্যবাসী। এইবছৰ কিন্তু বিহুলৈ সম্পূৰ্ণ সাজু সকলো।

কোৰোণাৰ বাবে যোৱা বছৰ বিহু পালনৰ পৰা বিৰত আছিল ৰাজ্যবাসী। এইবছৰ কিন্তু বিহুলৈ সম্পূৰ্ণ সাজু সকলো।

6/ 10
 ডিব্ৰুগড়তো এইসকল বিহুৱা দুগুণ উৎসাহেৰে সাজু হৈছে পুনৰবাৰ মঞ্চ কঁপাবলৈ।  ডিব্ৰুগড়তো এইসকল বিহুৱা দুগুণ উৎসাহেৰে সাজু হৈছে পুনৰবাৰ মঞ্চ কঁপাবলৈ।

ডিব্ৰুগড়তো এইসকল বিহুৱা দুগুণ উৎসাহেৰে সাজু হৈছে পুনৰবাৰ মঞ্চ কঁপাবলৈ।

7/ 10
 অসমৰ বিভিন্ন প্ৰান্তৰ বিহু মঞ্চত বিহুকুঁৱৰী, বিহু সম্ৰাজ্ঞী আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে নাচনী।  অসমৰ বিভিন্ন প্ৰান্তৰ বিহু মঞ্চত বিহুকুঁৱৰী, বিহু সম্ৰাজ্ঞী আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে নাচনী।

অসমৰ বিভিন্ন প্ৰান্তৰ বিহু মঞ্চত বিহুকুঁৱৰী, বিহু সম্ৰাজ্ঞী আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে নাচনী।

8/ 10
 ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো এতিয়া চলিছে বিহুৰ প্ৰস্তুতি।  ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো এতিয়া চলিছে বিহুৰ প্ৰস্তুতি।

ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো এতিয়া চলিছে বিহুৰ প্ৰস্তুতি।

9/ 10
 বাপতিসাহোন বিহুটিত এপাক কঁকাল ঘূৰাই নাচিবলৈ এতিয়া ব্যস্ত হৈ পৰিছে নাচনীহঁত।  বাপতিসাহোন বিহুটিত এপাক কঁকাল ঘূৰাই নাচিবলৈ এতিয়া ব্যস্ত হৈ পৰিছে নাচনীহঁত।

বাপতিসাহোন বিহুটিত এপাক কঁকাল ঘূৰাই নাচিবলৈ এতিয়া ব্যস্ত হৈ পৰিছে নাচনীহঁত।

10/ 10
 ৰাজ্যৰ চৌদিশে এতিয়া শুনা গৈছে ঢোলৰ গুমগুমনি, পেঁপাৰ সুৰীয়া মাত।  ৰাজ্যৰ চৌদিশে এতিয়া শুনা গৈছে ঢোলৰ গুমগুমনি, পেঁপাৰ সুৰীয়া মাত।

ৰাজ্যৰ চৌদিশে এতিয়া শুনা গৈছে ঢোলৰ গুমগুমনি, পেঁপাৰ সুৰীয়া মাত।

ফটো

  • প্ৰথম খেলত হায়দৰাবাদৰ বিৰুদ্ধে ১০ ৰানত জয়লাভ কলকাতাৰ।

    প্ৰথম খেলত হায়দৰাবাদৰ বিৰুদ্ধে ১০ ৰানত জয়লাভ কলকাতাৰ।

  • ৰোগীক মৃত ঘোষণা কৰিলে চিকিৎসকে, সৎকাৰৰ বাবে শ্মশানলৈ নিয়াৰ পিছত হতভম্ব সকলো

    ৰোগীক মৃত ঘোষণা কৰিলে চিকিৎসকে, সৎকাৰৰ বাবে শ্মশানলৈ নিয়াৰ পিছত হতভম্ব সকলো

  • ডাঙৰ ঘোষণা! কোৰোণাৰ টিকা ল'লেই লাভ কৰিব এইসমূহ বৃহৎ সুবিধা

    ডাঙৰ ঘোষণা! কোৰোণাৰ টিকা ল'লেই লাভ কৰিব এইসমূহ বৃহৎ সুবিধা

শেহতীয়া বাতৰি

  • হ্ৰাস পাব Petrol-Dieselৰ মূল্য ! শীঘ্ৰেই প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হ'ব ৭৫ টকা ! জানি লওক আজিৰ মূল্য ...
  • ৰঙা জলকীয়া নে সেউজীয়া জলকীয়া? কোনবিধ আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী?
  • Facebookত উপলব্ধ হ’ব নতুন Tools, আপোনাৰ পোষ্টত সকলোৱে কৰিব নোৱাৰিব Comment
  • ৰাজহুৱা স্থানত আৰক্ষীৰ সন্মুখতে কৰিছিল এই কৰ্ম! আৰক্ষীয়ে বিহিলে ৯০০০ টকাৰ জৰিমনা

Live TV

News18 Assam/NorthEast
News18
News18 India
News18 Bangla
News18 Rajasthan
News18 Gujarati
News18 Bihar, Jharkhand
News18 Madhya Pradesh, Chhattisgarh
News18 Uttar Pradesh, Uttarakhand
News18 Punjab, Haryana, Himachal
News18 Kannada
News18 Kerala
News18 Odia
News18 Tamil
News18 Urdu
Lokmat

শাখা

  • অসম
  • খবৰ
  • দেশ
  • বিশ্ব
  • জীৱন শৈলী
  • ফটো
  • ভিডিঅ
  • লাইভ টিভি

শেহতীয়া বাতৰি

  • হ্ৰাস পাব Petrol-Dieselৰ মূল্য ! শীঘ্ৰেই প্ৰতি লিটাৰ পেট্ৰ’ল পাব ৭৫ টকাত !
  • ৰঙা জলকীয়া নে সেউজীয়া জলকীয়া? কোনবিধ আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী?
  • ফেচবুকত শীঘ্ৰেই উপলব্ধ হ'ব নতুন সুবিধা
  • আৰক্ষীৰ সন্মুখতে কৰিছিল এই কৰ্ম! আৰক্ষীয়ে বিহিলে ৯০০০ টকাৰ জৰিমনা
  • LICৰ এই আঁচনিৰ পৰা প্ৰতি মাহে লাভ কৰক ২৬ হাজাৰ টকা পৰ্যন্ত পেঞ্চন!
  • আমাৰ বিষয়ে
  • আমাক যোগাযোগ কৰক
  • ব্যক্তিগত নীতি
  • কুকি পলিচী
  • চাইট মেপ

Network 18 Sites

  • News18 India
  • CricketNext
  • News18 States
  • Bangla News
  • Gujarati News
  • Urdu News
  • Marathi News
  • TopperLearning
  • Moneycontrol
  • Firstpost
  • CompareIndia
  • History India
  • MTV India
  • In.com
  • Burrp
  • Clear Study Doubts
  • CAprep18
  • Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
© Copyright Network18 Media and Investments Ltd 2016. All rights reserved. NETWORK 18 SITES