உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » assam »হেঁপাহৰ ৰঙালী পালেহিয়ে, বুঢ়া লুইতৰ পাৰত বিহুৰ আখৰাত ব্যস্ত এদল ডেকা–গাভৰু

    হেঁপাহৰ ৰঙালী পালেহিয়ে, বুঢ়া লুইতৰ পাৰত বিহুৰ আখৰাত ব্যস্ত এদল ডেকা–গাভৰু

    কোৰোণাৰ বাবে যোৱা বছৰ বিহু পালনৰ পৰা বিৰত আছিল ৰাজ্যবাসী। এইবছৰ কিন্তু বিহুলৈ সম্পূৰ্ণ সাজু সকলো।