உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » assam »আজিৰে পৰা কামাখ্যাত অম্বুবাচী, জানক অসমীয়া সমাজত ‘ষাঁঠ লগা’ক লৈ কি বিশ্বাস প্ৰচলিত

    আজিৰে পৰা কামাখ্যাত অম্বুবাচী, জানক অসমীয়া সমাজত ‘ষাঁঠ লগা’ক লৈ কি বিশ্বাস প্ৰচলিত

    অম্বুবাচী মেলাৰ সময়ত অসমীয়া পৰম্পৰাগত কৃষিজীৱি সমাজে কেতবোৰ বিশেষ নীতি–নিয়ম পালন কৰে। ঠাইভেদে কিছু ভিন্নতা থাকিলেও একেধৰনৰ লোকবিশ্বাস সকলোতে বিদ্যমান। এইবাৰ কোৰোণা ভাইৰাছৰ কাৰণে মেলা নহ’লেও নীতি–নিয়মৰ মাজেৰে কামাখ্যাত আজি পুৱা প্ৰবৃত্তি হয় ৭.৫৩.১৫ বজাত আৰু নিবৃত্তি হ’ব বৃহস্পতিবাৰে নিশা ৮.১৬.৫৫ বজাত।