আজি ভোগালীৰ উৰুকা। নিশালৈ লগে–ভাগে এসাঁজ খাবলৈ সাজু অসমীয়া। অভিনেত্ৰী বৰষাৰাণী বিষয়ায়ো অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিলে ভোগালীৰ আনন্দ। ছচিয়েল মিডিয়াত বৰষাৰাণীয়ে স্বামী ভাস্কৰৰ সৈতে শ্বেয়াৰ কৰিলে ফটো। এটা প্ৰকাণ্ড ভকুৱা মাছ লৈ থকা দেখা গৈছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীক। স্বামী ভাস্কৰৰ হাতত প্ৰকাণ্ড ভকুৱা। কাষত বৰষাৰাণী।