বিপৰীতে ৩০ জুলাইত শিলচৰত উদ্ধাৰ কৰা হৈছে এই জীৱ জন্তু কেইটা ৷ শিলচৰৰ পৰা গুৱাহাটীৰ মাজেৰে বহিঃৰাজ্যলৈ অসাধু চক্ৰই কঢ়িওৱাৰ চলাইছিল জন্তু কেইটা ৷ ট্ৰাকত কষ্টকৰ ভাৱে কঢ়িয়াই আনিছিল জন্তু কেইটা ৷ তেনে অৱস্হাতে শিলচৰ বনবিভাগে অভিয়ান চলাই উদ্ধাৰ কৰে জীৱ জন্তু কেইটা ৷ উদ্ধাৰ কৰা ১২ টি জন্তুয়ে বহিঃ মহাদেশৰ ৷ কোনো এটি জন্তু এচিয়া মহাদেশৰ নহয় ৷