Home » photogallery » assam »কেংগেৰুৰ পৰা দুষ্প্ৰাপ্য চৰাইলৈ, অসম ৰাজ্যিক চিৰিয়াখানাত ১২টা আগতে নেদেখা জীৱ–জন্তু

কেংগেৰুৰ পৰা দুষ্প্ৰাপ্য চৰাইলৈ, অসম ৰাজ্যিক চিৰিয়াখানাত ১২টা আগতে নেদেখা জীৱ–জন্তু

৩০ জুলাইত শিলচৰত উদ্ধাৰ কৰা হৈছে এই জীৱ জন্তু কেইটা ৷ শিলচৰৰ পৰা গুৱাহাটীৰ মাজেৰে বহিঃৰাজ্যলৈ অসাধু চক্ৰই কঢ়িওৱাৰ চলাইছিল জন্তু কেইটা ৷