প্ৰেমাস্পদক আপোন কৰি ল’বলৈ পাই অত্যন্ত সুখী বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিলে শ্ৰুতি আৰু ৰবীনে। অনন্দ প্ৰকাশ কৰিলে শ্ৰুতিৰ পিতৃ–মাতৃ আৰু আত্মীয় লোকেও। ফ্ৰাঞ্চৰ দৰা ৰবীনে প্ৰসংশা কৰিলে অসম সৌন্দৰ্যৰ। অসমীয়াতে ক’বলৈ চেষ্টা কৰিলে "মই শ্ৰুতিক বহুত ভাল পাও" বুলি।