உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » assam »Assam Flood: বানৰ ধ্বংসযজ্ঞ ! ডুবিছে ইখনৰ পিছত সিখন গাঁও, NDRFৰ উদ্ধাৰ অভিযান ...

    Assam Flood: বানৰ ধ্বংসযজ্ঞ ! ডুবিছে ইখনৰ পিছত সিখন গাঁও, NDRFৰ উদ্ধাৰ অভিযান ...

    Weather News, Assam Flood News: বান পানী আৰু বৰষুণৰ মাজত সাহায্য উদ্ধাৰ অভিযান অব্যাহত আছে। সেনা আৰু এন ডি আৰ এফৰ জোৱানসকলে বিভিন্ন অঞ্চলত আৱদ্ধ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাত নিয়োজিত হৈ আছে।