உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » assam »আনুষ্ঠানিক ভাবে অৱসৰ ল’লে DGP কুল শইকীয়াই, সামৰিক সন্মানেৰে অসম আৰক্ষীয়ে দিলে বিদায়, Photo

    আনুষ্ঠানিক ভাবে অৱসৰ ল’লে DGP কুল শইকীয়াই, সামৰিক সন্মানেৰে অসম আৰক্ষীয়ে দিলে বিদায়, Photo

    সুদীৰ্ঘ ৩৪ বছৰ অসম আৰক্ষীত দায়িত্ব পালন কৰাৰ পিছত অৱসৰ গ্ৰহণ কৰিলে ডিজিপি কুলধৰ শইকীয়াই ৷ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ ফালৰ পৰা জনোৱা হয় আনুষ্ঠানিক বিদায়।