মুখ্যপৃষ্ঠা » ফটো » অসম
আনুষ্ঠানিক ভাবে অৱসৰ ল’লে DGP কুল শইকীয়াই, সামৰিক সন্মানেৰে অসম আৰক্ষীয়ে দিলে বিদায়, Photo
সুদীৰ্ঘ ৩৪ বছৰ অসম আৰক্ষীত দায়িত্ব পালন কৰাৰ পিছত অৱসৰ গ্ৰহণ কৰিলে ডিজিপি কুলধৰ শইকীয়াই ৷ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ ফালৰ পৰা জনোৱা হয় আনুষ্ঠানিক বিদায়।
3/ 6

5/ 6

বিদায় পেৰেড অনুষ্ঠানত কুলধৰ শইকীয়াক বিদায় জনাই নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই