Home » photogallery » assam »Assam Boat Accident: কান্দি কান্দি ভৰালুইতৰ বুকুত প্ৰাৰ্থনা পৰিয়ালৰ, "দৈনিক বৰলুইত ইপাৰ সিপাৰ হোৱা বিক্ৰমজিতৰ যদি কিবা দোষ হৈছিল, সেয়া মাফ কৰি দিবা !"

Assam Boat Accident: কান্দি কান্দি ভৰালুইতৰ বুকুত প্ৰাৰ্থনা পৰিয়ালৰ, "দৈনিক বৰলুইত ইপাৰ সিপাৰ হোৱা বিক্ৰমজিতৰ যদি কিবা দোষ হৈছিল, সেয়া মাফ কৰি দিবা !"

Assam Boat Accident: শুকুৰবাৰে দুপৰীয়া চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ পৰিয়ালৰ লোকে দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হৈ কান্দি কান্দি চাকি বন্তি জ্বলাই ভৰালুইতত সেৱা কৰিলে। মাথোঁ আশা এটাই - দৈনিক বৰলুইত ইপাৰ সিপাৰ হৈ থকা বিক্ৰমজিতৰ যদি কিবা দোষ হৈছিল , সেয়া মাফ কৰি উদ্ধাৰ কৰি দিয়ক।

শেহতীয়া বাতৰি