Home » photogallery » assam »Assam Boat Accident: ব্রহ্মপুত্রৰ ভয়াৱহ নৌকা দুৰ্ঘটনাত এতিয়াও নিখোঁজ দুজন ! নিহতৰ পৰিয়ালৰ সৈতে আলোচনা কৰি ক্ষতিপূৰণ দিব চৰকাৰে ...

Assam Boat Accident: ব্রহ্মপুত্রৰ ভয়াৱহ নৌকা দুৰ্ঘটনাত এতিয়াও নিখোঁজ দুজন ! নিহতৰ পৰিয়ালৰ সৈতে আলোচনা কৰি ক্ষতিপূৰণ দিব চৰকাৰে ...

Assam Boat Tragedy: যোৰহাট আৰক্ষীক এক গোচৰ ৰুজু কৰি নিমাতী ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভৰ বাৰিষা ৰ'পেস্ক জাহাজৰ চলাচল বন্ধ হৈ থকা বিষয়টোও সোমাব তদন্তত। একক ইঞ্জিন চালিত ফেৰীৰ গৰাকীক দুই ইঞ্জিন চালিত কৰিবলৈ দিব ১০ লাখকৈ টকা।

শেহতীয়া বাতৰি