Home » photogallery » assam »Assam Assembly Elections 1st Phase Poll: ডিব্ৰুগড়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰীয়ে, পৰিয়ালৰ সৈতে ভোটদান কৰি বহু প্ৰাৰ্থীয়ে শ্বেয়াৰ কৰিলে ফটো

Assam Assembly Elections 1st Phase Poll: ডিব্ৰুগড়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰীয়ে, পৰিয়ালৰ সৈতে ভোটদান কৰি বহু প্ৰাৰ্থীয়ে শ্বেয়াৰ কৰিলে ফটো

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নগাওঁ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ ১১ খন জিলাৰ ১১ হাজাৰ ৫৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।