Change Language
মুখ্যপৃষ্ঠা » ফটো » অসম
1/ 5


প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ৯ মাৰ্চ। আজিৰ দিনটোত ৰাজ্যৰ বহু কেইগৰাকী হাই প্ৰফাইল ৰাজনীতিকে দাখিল কৰিলে মনোনয়ন পত্ৰ। হাতীত উঠি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গ'ল গোলাঘাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়া
2/ 5


এইবাৰ নিৰ্বাচনত গোলাঘাট সমষ্টিৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ টিকটত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে অজন্তা নেওগ। আনহাতে দীৰ্ঘদিন ধৰি গোলাঘাটত বিজেপিৰ ভেঁটি শক্তিশালী কৰা বিতোপন শইকীয়াই সমষ্টিটোত টিকট বঞ্চিত হোৱাৰ পিছতে যোগ দিয়ে কংগ্ৰেছত। কংগ্ৰেছেও লগে লগে সমষ্টিটোত বিতোপন শইকীয়াক প্ৰদান কৰে দলীয় প্ৰাৰ্থীত্ব।
4/ 5


হাতীৰ পিঠিত উঠি মনোনয়ন পত্ৰ দিবলৈ যোৱা বিতোপন শইকীয়াক সংগ দিয়ে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ লগতে সাংসদ গৌৰৱ গগৈয়ে।