Home » photogallery » assam »Assam 3rd Phase Election: সাধাৰণ ভোটাৰৰ সৈতে শাৰী পাতি, ধুতি, চেলেং পৰিধান কৰি পৰিয়ালৰ সৈতে ভোট দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Assam 3rd Phase Election: সাধাৰণ ভোটাৰৰ সৈতে শাৰী পাতি, ধুতি, চেলেং পৰিধান কৰি পৰিয়ালৰ সৈতে ভোট দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যৰ সৰ্বমুঠ ৪০টা বিধানসভা সমষ্টিত আজি ভোটধিকাৰ সাব্যস্ত কৰিছে ভোটাৰে। পুৱাৰে পৰা প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ভোটাৰৰ অভূতপূৰ্ব সঁহাৰি।

শেহতীয়া বাতৰি