আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ভোটগ্ৰহণ। পুৱাৰ পৰাই প্ৰতিটো ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী। অসুস্থ শৰীৰেৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল এগৰাকী আইতা। ভোটাধিকাৰ সাব্যস্ত কৰিলে পূৱ গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈয়ে। ভোটদান কৰাৰ পিছত পৰিয়ালৰ সৈতে প'জ দিলে ছয়গাওঁ সমষ্টিৰ অগপ প্ৰাৰ্থী কমলা কলিতাই। ভোটাধিকাৰ সাব্যস্ত কৰিলে দীপক ৰাভাই। পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাইয়ো সাব্যস্ত কৰিলে ভোটাধিকাৰ। ভোটদান কৰিলে পূব গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্ৱল কুমাৰ ভট্টাচাৰ্য মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম হাগ্ৰামা মহিলাৰী। ববিতা শৰ্মীয়ো কৰিলে ভোটদান।