உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » assam »Assam Hit by Floods | PHOTO: ধাৰাসাৰ বৃষ্টিপাতত খহিছে পাহাৰ, পথ হৈছে পথাৰ, বাৰিষাৰ পূৰ্বে অসমৰ ৬ জিলাত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৩০ হাজাৰ লোক

    Assam Hit by Floods | PHOTO: ধাৰাসাৰ বৃষ্টিপাতত খহিছে পাহাৰ, পথ হৈছে পথাৰ, বাৰিষাৰ পূৰ্বে অসমৰ ৬ জিলাত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৩০ হাজাৰ লোক

    গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা পানী জমা হোৱাৰ ঘটনা আহিছে। আগন্তুক ১২-৭২ ঘণ্টাৰ বাবে কাছাৰ, কৰিমগঞ্জ, ধেমাজি, মৰিগাঁও আৰু নগাঁও জিলাৰ বাবে বানপানীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

    • |