Home » photogallery » assam »বৰষুণজাকৰ লগে লগে সেউজ সপোনবোৰ বুকুত বান্ধিয়েই গাঁৱৰ চহা কৃষকৰ বাঢ়িছে ব্যস্ততা !  সগৰ্ভা হৈ পৰা পথাৰখনৰ লগত একাত্ম হৈ পৰিছে কৃষক ...

বৰষুণজাকৰ লগে লগে সেউজ সপোনবোৰ বুকুত বান্ধিয়েই গাঁৱৰ চহা কৃষকৰ বাঢ়িছে ব্যস্ততা !  সগৰ্ভা হৈ পৰা পথাৰখনৰ লগত একাত্ম হৈ পৰিছে কৃষক ...

বাৰিষা আগমনৰ লগে লগে খেতিয়কৰ বুকুলৈ নামি আহিছে এজাক সপোন৷ কলিয়াবৰৰ পথাৰত ব্যস্ততা কৃষকৰ।