Change Language
মুখ্যপৃষ্ঠা » ফটো » অসম
4/ 5


অভিনেত্ৰী মেঘৰঞ্জনী মেধী বৰ্তমানো অভিনয়ৰ ক্ষেত্ৰথখনত সক্ৰিয়। প্ৰায়ে ছবিৰ লগতে মিউজিক ভিডিওত অভিনয় কৰা দেখা পোৱা যায় অভিনেত্ৰীগৰাকীক। মেঘৰঞ্জনী কেৱল অভিনেত্ৰীয়েই নহয়, এগৰাকী নৃত্যশিল্পীও। পিছে কিছু বছৰ ধৰি অভিনয়ৰ ক্ষেত্ৰখনৰ পৰা আঁতৰি আছে অভিনেতা নীল।