এই অভিজ্ঞতকা কেমেৰাত আবদ্ধ কৰি ডেকাই লিখিছে- ''নীলাচলৰ আঁচল ধৰি দুহিতা নমামীৰ সৈতে আজি মা কামাখ্যাৰ দৰ্শন লাভ কৰি ধন্য হওঁ৷ নমামীৰ সহিতে আজি নীলাচলৰ নিজানত কটোৱা ভাল লগা সময়বোৰৰ আলিংগনে মোৰ বাবে সঁচাকৈয়ে হৃদয় জুৰোৱা প্ৰশান্তিৰ এমোকোৰা হাঁহি কঢ়িয়াই আনিলে৷ জয় মা কামাখ্যা।"