Change Language
মুখ্যপৃষ্ঠা » ফটো » অসম
2/ 5


মহিলাগৰাকীৰ নাম কণিকা ৰয়। ঘৰ আগিয়াত। চিকিত্সকে পি পিই কীট পৰিধান কৰি সফল ভাবে সম্পন্ন কৰে অস্ত্ৰোপচাৰ।
3/ 5


গোৱালপাৰা অসামৰিক চিকিত্সালয়ত মহিলাগৰাকীয়ে জন্মদিলে সন্তান। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কৰা হয় সফল অস্ত্ৰোপচাৰ।
4/ 5


উল্লেখযোগ্য যে, এগৰাকী কোৰোণা পজিটিভ মহিলাই অসমত সন্তান জন্ম দিয়াৰ কেচ অসমত এইটোৱেই প্ৰথম বুলি জানিব পৰা গৈছে।