Home » photogallery » assam »গহপুৰৰ ১৩ বছৰীয়া ছাত্ৰৰ চমক, ইউটিউবত চাই শিকি সাজিলে ড্ৰ'ন, আকাশত উৰুৱাই দিলে মেধাৰ পৰিচয়

গহপুৰৰ ১৩ বছৰীয়া ছাত্ৰৰ চমক, ইউটিউবত চাই শিকি সাজিলে ড্ৰ'ন, আকাশত উৰুৱাই দিলে মেধাৰ পৰিচয়

অবিনাশ ভূঞাই  অনাগত দিনত এটি যন্ত্ৰচালিত চৰাই সাজি আকাশত উৰুওৱাৰ পৰিকল্পনা কৰিছে। চৰাইটিৰ নিৰ্মাণৰ বাবে তেওঁ ছমাহেই যথেষ্ট বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে।