Home » photogallery » assam »Jeevan Kite and River Festival: নানা ৰঙীন আৰু আদৰ্শনীয় কাৰ্যসূচীৰে পাৰ হ'ল বৰলুইতৰ 'ৰিভাৰ কাইট ফেষ্টিভেল', চাওক ফটো

Jeevan Kite and River Festival: নানা ৰঙীন আৰু আদৰ্শনীয় কাৰ্যসূচীৰে পাৰ হ'ল বৰলুইতৰ 'ৰিভাৰ কাইট ফেষ্টিভেল', চাওক ফটো

অনুষ্ঠানৰ আন এক আকৰ্ষণ আছিল বেলি লহিওৱাৰ পৰত পোৰা গাহৰিৰ মাংসৰ (smoked pork) জুতি। শীতল বতাহ আৰু বনজুইৰ উষ্ণতাৰ সৈতে এটা নিখুঁত সন্ধিয়া আছিল ব্ৰহ্মপুত্ৰৰ পাৰত, যিয়ে প্ৰাত্যহিক ব্যস্ততাৰ এই সময়ত এগৰাকী লোকক দিব পাৰিছিল অনাবিল আনন্দ।

শেহতীয়া বাতৰি