உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Blood Red Sky in China: হঠাৎ তেজৰ দৰে ৰঙা হৈছে চীনৰ আকাশ, চাওক ভিডিঅ'

    Blood Red Sky in China: হঠাৎ তেজৰ দৰে ৰঙা হৈছে চীনৰ আকাশ, চাওক ভিডিঅ'

    Blood Red Sky in China: চীনৰ (China) ঝৌশান (Zhoushan ) চহৰত ৰহস্যজনকভাবে তেজ ৰঙা আকাশ দেখা গৈছিল

    Blood Red Sky in China: চীনৰ (China) ঝৌশান (Zhoushan ) চহৰত ৰহস্যজনকভাবে তেজ ৰঙা আকাশ দেখা গৈছিল

    Blood Red Sky in China: চীনৰ (China) ঝৌশান (Zhoushan ) চহৰত ৰহস্যজনকভাবে তেজ ৰঙা আকাশ দেখা গৈছিল

    • Share this:
    হঠাৎ তেজৰ দৰে ৰঙা হৈ পৰিছে চীনৰ কিছু ঠাইৰ আকাশ। চীনৰ (China) ঝৌশান (Zhoushan ) চহৰত ৰহস্যজনকভাবে তেজ ৰঙা আকাশ দেখা গৈছিল যাৰ ফলত লোকসকল অতিপাত আতংকিত হৈ পৰিছিল।



    স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি প্ৰশান্ত মহাসাগৰ (Pacific)ত মাছ ধৰা নাওৰ পৰা ৰঙা পোহৰৰ প্ৰতিসৰণৰ ফলত এনে হ'ব পাৰে।
    Published by:Manjumoni Borah
    First published: