India Vs New Zealand: বৰষুণৰ বাবে স্থগিত ভাৰত আৰু নিউজীলেণ্ডৰ খেল

ভাৰতৰ বিৰুদ্ধে নিউজীলেণ্ডে ৫টা উইকেট হেৰুৱাই বৰ্তমানলৈ ২১১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। 

News18-Assam
Updated:July 9, 2019, 8:09 PM IST
India Vs New Zealand: বৰষুণৰ বাবে স্থগিত ভাৰত আৰু নিউজীলেণ্ডৰ খেল
ভাৰতৰ বিৰুদ্ধে নিউজীলেণ্ডে ৫টা উইকেট হেৰুৱাই বৰ্তমানলৈ ২১১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। 
News18-Assam
Updated: July 9, 2019, 8:09 PM IST
চলিত বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত আজি মুখামুখি ভাৰত আৰু নিউজীলেণ্ডৰ। মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত হোৱা বৰষুণৰ বাবে স্থগিত খেলখন। ভাৰতৰ বিৰুদ্ধে নিউজীলেণ্ডে ৫টা উইকেট হেৰুৱাই বৰ্তমানলৈ ২১১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি