মাতৃত্ব! পোহনীয়া মেকুৰীক উদ্ধাৰ কৰিবলৈ ছয় মহলাৰ তললৈ ওলমালে নিজ সন্তানক, চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 11, 2020, 2:09 PM IST
মাতৃত্ব! পোহনীয়া মেকুৰীক উদ্ধাৰ কৰিবলৈ ছয় মহলাৰ তললৈ ওলমালে নিজ সন্তানক, চাওক VIDEO
নিজ সন্তানৰ জীৱন বাজীত লগাই পোহনীয়া মেকুৰীৰ জীৱন ৰক্ষা কৰা এগৰাকী মহিলাৰ ভিডিও ভাইৰেল।

নিজ সন্তানৰ জীৱন বাজীত লগাই পোহনীয়া মেকুৰীৰ জীৱন ৰক্ষা কৰা এগৰাকী মহিলাৰ ভিডিও ভাইৰেল।

  • Share this:
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিওত দেখা গৈছে এগৰাকী মহিলাৰ সাহসিকতাৰ বিশেষ নিদৰ্শন। তেওঁ নিজৰ সন্তানক ছয়মহলাৰ তললৈ ঝুলাই পোহনীয়া মেকুৰী উদ্ধাৰ কৰাৰ কাৰণে যি পদক্ষেপ ল’লে সেয়া চৰ্চিত হৈ পৰিছে। মহিলাগৰাকীয়ে মেকুৰীটো ৰক্ষা কৰিবলৈ কঁকালত ৰছী বান্ধি বেলকনিৰ পৰা তললৈ নিজৰ সন্তানক ওলমাই দিয়ে। ছয় তলাৰ পৰা তললৈ এনেকৈ ব্যৱস্থা কৰি মেকুৰীটোক উদ্ধাৰৰ প্ৰয়াস কৰে মহিলাগৰাকীয়ে।

সূত্ৰমতে এই ভিডিওটো হৈছে চীনৰ চিছুৱানৰ কোনো এটি স্থানৰ। মহিলাগৰাকীয়ে এনেদৰে প্ৰায় ১০মিনিট সময় প্ৰয়াস চলায় পুত্ৰসম মেকুৰীটো উদ্ধাৰ কৰিবলৈ।
Published by: Tulika Devi
First published: January 11, 2020, 2:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading