• Home
  • »
  • News
  • »
  • world
  • »
  • Woman Proposing Lion Viral Video: পিন্ধনত ৰঙা পোছাক, হাতত ৰঙা গোলাপ! সিংহক দিলে প্ৰেমৰ প্ৰস্তাৱ! তাৰ পিছতে ঘটিল এই ঘটনা... চাওক ভিডিও

Woman Proposing Lion Viral Video: পিন্ধনত ৰঙা পোছাক, হাতত ৰঙা গোলাপ! সিংহক দিলে প্ৰেমৰ প্ৰস্তাৱ! তাৰ পিছতে ঘটিল এই ঘটনা... চাওক ভিডিও

Woman Proposing Lion Viral Video: চিৰিয়াখানাৰ জাল পাৰ হৈ সিংহৰ সমুখত উপস্থিত হ'ল এগৰাকী আজৱ প্ৰেমিকা।

Woman Proposing Lion Viral Video: চিৰিয়াখানাৰ জাল পাৰ হৈ সিংহৰ সমুখত উপস্থিত হ'ল এগৰাকী আজৱ প্ৰেমিকা।

Woman Proposing Lion Viral Video: চিৰিয়াখানাৰ জাল পাৰ হৈ সিংহৰ সমুখত উপস্থিত হ'ল এগৰাকী আজৱ প্ৰেমিকা।

  • Share this:
প্ৰেম নিবেদন! তাকো একেবাৰে বনৰ ৰজা সিংহক! য'তে ত'তে নহয়, একেবাৰে সিংহৰ গৰালৰ ওচৰত উপস্থিত হৈ হাতত ৰঙা গোলাপ লৈ প্ৰেমৰ প্ৰস্তাৱ দিয়ে এগৰাকী মহিলাই।

আজিকালি প্ৰায়েই বহুতৰে আজৱ কাণ্ড ছচিয়েল মিডিয়াত ভাইৰেল হৈ থাকে। এইবাৰ ভাইৰেল হৈছে এই মহিলাগৰাকীৰ এটা আজৱ ভিডিও। একেবাৰে বনৰজা সিংহৰ ওচৰত প্ৰেমৰ প্ৰস্তাৱ। আৰু পত্নীৰ এই কাণ্ডৰ ভিডিও কৰিলে তেওঁৰেই স্বামীয়ে। শুনি নিশ্চয় অবাক হৈছে! বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিও।



ঘটনাৰ স্থান নিউয়ৰ্কৰ ব্ৰংকচ চিৰিয়াখানা। ভিডিওটোত দেখা গৈছে যে, মহিলাগৰাকীয়ে হাতত ৰঙা গোলাপ লৈ সিংহক প্ৰেমৰ প্ৰস্তাৱ দিছে।

এই ভিডিও ভাইৰেল হোৱাৰ পিছত চিৰিয়াখানৰ নিৰাপত্তাৰ দিশটোকলৈও প্ৰশ্ন উত্থাপন কৰিছে বহুচে। কিয় ইমান সহজে যাব পৰা ঠাইত ৰখা হৈছে সিংহক? মহিলাগৰাকীক কিয় বাধা নিদিলে স্বামীয়ে? এনে প্ৰশ্নও উত্থাপন কৰিলে বহুজনে।
Published by:Himangshu Bhuyan
First published: