আপুনি–মই যিটো ঘীণ কৰো, সেই কাম কৰিয়ে ৩ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰে এইগৰাকী মহিলাই

এম্মা দুই সন্তানৰ মাতৃ। তেওঁ পৰিয়ালৰ কোনো সদস্য ঘৰত নথকাৰ সময়ত এই ভিডিঅ’ ৰেকৰ্ড কৰে।
এম্মা দুই সন্তানৰ মাতৃ। তেওঁ পৰিয়ালৰ কোনো সদস্য ঘৰত নথকাৰ সময়ত এই ভিডিঅ’ ৰেকৰ্ড কৰে।
- News18 Assam
- Last Updated: April 1, 2021, 3:30 PM IST
ইণ্ডিয়া টাইম্ছৰ মতে, এই মহিলাগৰাকীৰ নাম এম্মা মাৰ্টিন। তেওঁ ১৯৯৯ চনৰ পৰা বাত কৰ্মৰৰ জৰিয়তে অভিলেখ সৃষ্টি কৰিছে। এতিয়া তেওঁ ৪.৯৯ ডলাৰ (৩৬৬ টকা) চাৰ্জ কৰে, যিসকলে তেওঁৰ কণ্টেণ্ট চাব বিচাৰে। মহিলাগৰাকীৰ বয়স ৪৮ বছৰ।
মহিলাগৰাকীয়ে নিজৰ ডায়েটৰ প্ৰতি খুব নজৰ ৰাখে। তেওঁ কয় যে তেওঁ অধিক পৰিমাণে চালাড খায়। এভোকেডো আৰু মেক্সিকান খানাও নিজৰ ডায়েটৰ তালিকাত ৰাখে। এম্মা আমেৰিকাৰ ছাউথ কেৰোলিনাৰ বাসিন্দা।
মহিলাগৰাকীয়ে তেওঁৰ সেই ভিডিঅ’বোৰ বিক্ৰী কৰে। ইয়াৰ পৰা তেওঁ ৪২০০ ডলাৰ অৰ্থাৎ ৩ লাখ টকাপৰ্যন্ত উপাৰ্জন কৰে। নিজৰ কাষ্টম ভিডিঅ’ৰ বাবে তেওঁ ৭ ডলাৰ প্ৰতি মিনিটত চাৰ্জ কৰে। কোৰোণাৰ সময়তো তেওঁ লাইভ ভিডিঅ’ পোষ্ট কৰিছিল।