உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • পুৰুষত্ব বঢ়াবলৈ গৈ পত্নীয়ে নপুংসক কৰিলে স্বামীক, স্বামীৰ যৌনাংগত ভৰালে এনে কঠিন সামগ্ৰী, চিকিৎসক হতবাক

    পুৰুষত্ব বঢ়াবলৈ গৈ পত্নীয়ে নপুংসক কৰিলে স্বামীক, স্বামীৰ যৌনাংগত ভৰালে এনে কঠিন সামগ্ৰী, চিকিৎসক হতবাক

    ৪৫ বছৰীয়া ব্যক্তিজনে নিজৰ পুৰুষত্বৰ বাবে দীৰ্ঘসময়ৰ পৰা লজ্জিত অনুভৱ কৰি আছিল। প্ৰায়ে ইয়াকে লৈ পত্নীৰ সৈতে লোকজনৰ কাজিয়াও হৈছিল।

    ৪৫ বছৰীয়া ব্যক্তিজনে নিজৰ পুৰুষত্বৰ বাবে দীৰ্ঘসময়ৰ পৰা লজ্জিত অনুভৱ কৰি আছিল। প্ৰায়ে ইয়াকে লৈ পত্নীৰ সৈতে লোকজনৰ কাজিয়াও হৈছিল।

    ৪৫ বছৰীয়া ব্যক্তিজনে নিজৰ পুৰুষত্বৰ বাবে দীৰ্ঘসময়ৰ পৰা লজ্জিত অনুভৱ কৰি আছিল। প্ৰায়ে ইয়াকে লৈ পত্নীৰ সৈতে লোকজনৰ কাজিয়াও হৈছিল।

    • Share this:
    স্বামী-পত্নীৰ সম্পৰ্কত যিমান ঘনিষ্ঠতা থাকে, সেয়া আন কোনো সম্পৰ্কতে নাথাকে। কিন্তু বহুসময়ত এই ঘনিষ্ঠতা তেওঁলোক দুয়োৰে বাবে ক্ষতিকাৰক হৈ পৰাও দেখিবলৈ পোৱা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰত এনেধৰণৰ এক আচৰিত ঘটনা পোহৰলৈ আহিছে। এজন লোক হাস্পতালত ভৰ্তি হোৱাৰ কাৰণ পোহৰলৈ অহাৰ পিছতে আচৰিত হৈ পৰিছে ডাক্তৰসকল। যেতিয়া লোকজনক হাস্পতালল অনা হৈছিল, সেই সময়ত তেওঁৰ যৌনাংগৰে একেৰাহে তেজ উলাই আছিল।

    ৪৫ বছৰীয়া ব্যক্তিজনে নিজৰ পুৰুষত্বৰ বাবে দীৰ্ঘসময়ৰ পৰা লজ্জিত অনুভৱ কৰি আছিল। প্ৰায়ে ইয়াকে লৈ পত্নীৰ সৈতে লোকজনৰ কাজিয়াও হৈছিল। অৱশ্যে, দুয়োজনে একেলগে এই সমস্যাটোৰ সমাধান কৰিবলৈও চেষ্টা কৰিছিল। আৰু এদিন পত্নীয়ে এক ভয়ংকৰ আইডিয়া দিছিল। কোনো দিন ভবা নাছিল যে, এই আইডিয়াৰ ফলত লোকজন চিৰদিনৰ বাবে নপুংসক হৈ পৰিব। আকাৰ ডাঙৰ কৰিবলৈ লোকজনৰ যৌনাংগৰ ভিতৰত ফোম ভৰাই দিছিল ৱাল জইন কৰা ফোম।

    পত্নীয়ে তেওঁৰ স্বমীৰ যৌনাংগৰ ভিতৰত ষ্ট্ৰ'ৰ সহায়ত এক্সপেণ্ডিং ফোম ভৰাই দিছিল। এই ফোমবোৰ দুখন ৱালৰ মাজৰ গেপ নাইকীয়া কৰিবলৈ ব্যৱহাৰ কৰা আছিল। প্ৰথম অৱস্থাত এই ফোম পাতল দেখিলেও পিছলৈ অতি হাৰ্ড হৈ পৰে। তেওঁলোকে ভাবিছিল যে, এই ফোমসমূহ যৌনাংগত ভৰাই দিলে স্বামীৰ পুৰুষত্ব বাঢ়িব। কিন্তু হ'লগৈ হিতে বিপৰীত। যেতিয়াই ফোম ভৰাই দিয়াৰ কিছু সমৰ পিছতে লোকজনৰ স্বাস্থ্যৰ ব্যাপক অৱনতি ঘটে আৰু ৰক্তক্ষৰণ হ'বলৈ আৰম্ভ কৰে।

    লগে লগে লোকজনক হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰু অস্ত্ৰোপচাৰৰ জৰিতে ১১ ছেণ্টিমিটাৰ জমা হৈ থকা হাৰ্ড ফোম উলিয়াই অনা হয়। আৰু এই ঘটনাই লোকজনক চিৰদিনৰ বাৰে নপুংসক কৰি তোলে।
    Published by:Himangshu Bhuyan
    First published: