আচৰিত যদিও সঁচা, ভোক লাগিলেই অনলাইনত খাদ্যৰ অৰ্ডাৰ দিয়ে বান্দৰে, Viral video
News18-Assam Updated:November 14, 2019, 2:49 PM IST

এয়া কোনো চমক নহয়, সঁচাকৈয়ে খাদ্য বস্তুৰ অৰ্ডাৰ দিব পাৰে বান্দৰটোৱে
এয়া কোনো চমক নহয়, সঁচাকৈয়ে খাদ্য বস্তুৰ অৰ্ডাৰ দিব পাৰে বান্দৰটোৱে
- News18 Assam
- Last Updated: November 14, 2019, 2:49 PM IST
এদিন চীনৰ এগৰাকী মহিলাৰ ঘৰত খাদ্যৰ ডেলিভাৰী দিবৰ বাবে এজন যুৱক। কিন্তু ডেলিভাৰী দিয়া যুৱকজনক দেখি আচৰিত হয় মহিলাগৰাকী। কাৰণ মহিলাগৰাকীয়ে দিয়া নাছিল কোনো খাদ্য বস্তুৰ অৰ্ডাৰ। পিছত CCTV ফুটেজ পৰীক্ষা কৰাৰ পিছত আচৰিত হৈ যায় মহিলাগৰাকী। মহিলাগৰাকীৰ ঘৰত থকা এটা বান্দৰে দিলে খাদ্যবস্তুৰ অনলাইন অৰ্ডাৰ।
চাওক ভিডিঅ’