সাপ নহয় যেন স্প্ৰীং হে! চাৰিটা শিশুৱে খেলিছে ভয়ংকৰ খেল, Video Viral

News18-Assam
Updated:November 21, 2019, 4:58 PM IST
সাপ নহয় যেন স্প্ৰীং হে! চাৰিটা শিশুৱে খেলিছে ভয়ংকৰ খেল, Video Viral
শিহৰণকাৰী এক ভিডিঅ’

শিহৰণকাৰী এক ভিডিঅ’

  • Share this:
ভিয়েটনামৰ এটা ভয়ংকৰ ভিডিঅ’। ভাইৰেল হৈছে ভয়ংকৰ ভিডিঅ’টো। কেইটামান শিশুৱে খেলিছে বিশেষ খেল। কিন্তু খেলৰ আহিলা কি জানেনে? এডাল ভয়ংকৰ সাপ! যেন সাপ নহয় যেন স্প্ৰীং হে, ভয়ংকৰ খেলৰ  দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে।

এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই ভিডিঅ’টোৰ সম্পৰ্কত অনুসন্ধান কৰি জনাইছে যে, দেশখনত বিভিন্ন প্ৰজাতিৰ সাপ পোৱা যায়। কিছু সাপ সৰু হ’লেও অতি বিষাক্ত। কিন্তু শিশুকেইটাৰ এনে দুঃসাহস দেখি এতিয়া বিভিন্ন প্ৰান্তত চলিছে ব্যাপক চৰ্চা। যোৱা ১৪ নবেম্বৰৰ দিনা ভাইৰেল হৈছিল ভিডিঅ’টো।

চাওক ভিডিঅ’

আৰু চাওক পৰৱৰ্তী বাতৰি