Vodafone ৰ আকৰ্ষণীয় প্লেন! লাভ কৰক আনলিমিটেড কলৰ লগতে প্ৰত্যেক দিনা 3 GB ডাটাৰ ইণ্টাৰনেট

News18-Assam
Updated:November 12, 2019, 3:19 PM IST
Vodafone ৰ আকৰ্ষণীয় প্লেন! লাভ কৰক আনলিমিটেড কলৰ লগতে প্ৰত্যেক দিনা 3 GB ডাটাৰ ইণ্টাৰনেট
Source-Google

Vodafone এ নিজৰ গ্ৰাহক সকললৈ আগবঢ়াইছে বিশেষ প্লেন

  • Share this:
Vodafone এ নিজৰ গ্ৰাহক সকললৈ আগবঢ়াইছে বিশেষ প্লেন। প্ৰি–পেইড গ্ৰাহকৰ বাবে আগবঢ়োৱা এই প্লেন অনুসৰি গ্ৰাহকে প্ৰতিদিনে লাভ কৰিব 3GB ডাটাৰ লগতে আন লিমিটেড ফ’নকলৰ সুবিধা। Vodafone এ আগবঢ়োৱা এই নতুন প্লেনৰ মূল্য হৈছে ৫৬৯ টকা। ম্যাদ ৮৪ দিনৰ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি