IND vs ENG: বিৰাট কোহলী আউট, বিপদত ভাৰত!

২৯ অভাৰলৈকে ভাৰতে ২ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ১৪৮ ৰান

news18assam
Updated:June 30, 2019, 9:20 PM IST
IND vs ENG: বিৰাট কোহলী আউট, বিপদত ভাৰত!
২৯ অভাৰলৈকে ভাৰতে ২ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ১৪৮ ৰান
news18assam
Updated: June 30, 2019, 9:20 PM IST
ভাৰতৰ সন্মুখত ৩৩৮ ৰানৰ বিশাল ৰানৰ লক্ষ্য বান্ধি দিলে আয়োজক দেশ ইংলেণ্ডে।ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ২৯ অভাৰত সংগ্ৰহ কৰিছে দুটা উইকেট হেৰুৱাই ১৪৮ ৰান।জয়ৰ বাবে এতিয়া ভাৰতক প্ৰয়োজন ১৯১ ৰানৰ। মিডল অৰ্ডাৰ বেটচমেনৰ ওপৰতে নিৰ্ভৰ কৰিব মেচখনত ভাৰতৰ জয় পৰাজয়।
আৰু চাওক পৰৱৰ্তী বাতৰি