মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »'বিশ্বৰ আটাইতকৈ তৰুণী আইতা'ই উদযাপন কৰিলে ৫১তম জন্মদিন, তেওঁৰ বিকিনি পিন্ধি তোলা ফটোৱে হতবাক কৰে অনুৰাগীক!

'বিশ্বৰ আটাইতকৈ তৰুণী আইতা'ই উদযাপন কৰিলে ৫১তম জন্মদিন, তেওঁৰ বিকিনি পিন্ধি তোলা ফটোৱে হতবাক কৰে অনুৰাগীক!

প্ৰাক্তন মডেল জিনা ষ্টুৱাৰ্ট (Gina Stewart) যাক 'বিশ্বৰ আটাইতকৈ তৰুণী আইতা' (World's Hottest Granny) বুলি জনা যায়, শেহতীয়াকৈ তেওঁৰ ৫১তম জন্মদিন উদযাপন কৰিছে। কিন্তু মানুহে বিশ্বাস কৰিব নোৱাৰে যে তেওঁৰ বয়স ৫১ বছৰ।

  • Share this:
পৃথিৱীত এনে বহুলোক আছে যাৰ মুখ চাই তেওঁলোকৰ বয়স বিচাৰি উলিয়াব নোৱাৰি। এই লোকসকলক তেওঁলোকৰ মূল বয়সতকৈ বহুত সৰু দেখায়। অষ্ট্ৰেলিয়াৰ  (Australia) এগৰাকী মহিলাক ইমান সৰু দেখায় যে আনকি যুৱক-যুৱতীসকলেও তেওঁৰ সৈতে ফ্লাৰ্ট কৰা আৰম্ভ কৰে। 'ৱৰ্ল্ডছ হটেস্ত গ্ৰেনী' (World’s Hottest Granny) নামৰ মহিলাগৰাকীয়ে অলপতে তেওঁৰ ৫১ তম জন্মদিন উদযাপন কৰিছিল।

অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টৰ জিনা ষ্টুৱাৰ্ট  (Gina Stewart) তেওঁৰ বোল্ড চেহেৰা (Bold Look) ) আৰু গ্লেমাৰাছ ষ্টাইলৰ বাবে বিখ্যাত। তেওঁৰ চেহেৰাই এতিয়াও সকলোকে উন্মাদ কৰি তুলিব পাৰে আৰু সেইকাৰণে তেওঁ ছচিয়েল মিডিয়াতো অতি জনপ্ৰিয়। শেহতীয়াকৈ জিনাই তেওঁৰ ৫১তম জন্মদিন উদযাপন কৰিছিল। ডেইলী ষ্টাৰ ৱেবছাইটৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কৈছিল যে তেওঁ তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ কুইন্সলেণ্ডলৈ গৈছিল কিয়নো এইটোৱেই একমাত্ৰ এলেকা যিটো কোৰোণাৰ বাবে বন্ধ নহয়। জিনাই তাইৰ ইনষ্টাগ্ৰামত নিজৰ এখন ফটোও শ্বেয়াৰ কৰিছিল য'ত তাইক হালধীয়া বিকিনিত দেখা গৈছিল  (Grandmother in Bikini) । বহুলোকে এই ফটোখনত মন্তব্য কৰিছে যে তাইক তাইৰ প্ৰকৃত বয়সতকৈ বহুত সৰু দেখাইছে আনহাতে কিছুমানে কয় যে তাইক ৩০ বছৰ বয়সৰ দেখাইছে।

জিনাই তেওঁৰ জন্ম দিনত এইখন ফটো ছেয়াৰ কৰিছিল। (ফটো: INSTAGRAM/@GINASTEWARTOFFICIAL)

জিনাই কিছুমান স্বাস্থ্য পৰামৰ্শ দিছিল যিবোৰ ভাইৰেল হৈছিল। তেওঁ কয় যে তেওঁ ভূমধ্যসাগৰীয় আহাৰ অনুসৰণ কৰে। এই আহাৰে এজন ব্যক্তিৰ বয়স বৃদ্ধি ৰোধ কৰে। জিনাৰ মতে, ৰেড ৱাইনত পলিফেনল থাকে। ইয়াৰ ফলত হৃদৰোগ নহয় আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেম হয়। অৱশ্যে জিনাই বৰ্ণনা কৰিছিল যে বিশেষ প্ৰকাৰৰ ৱাইনেহে এই ফল দিব পাৰে ।

ছচিয়েল মিডিয়াত জিনাৰ অসংখ্য ফ'ল'ৱাৰ্ছ আছে । (ফটো: Instagram/@ginastewartofficial)

জিনাৰ ইনষ্টাগ্ৰামত লাখ লাখ অনুসৰণকাৰী আছে। তেওঁৰ অনুৰাগীসকলে জিনাৰ প্ৰকৃত বয়স সম্পৰ্কে অনুমান কৰিব নোৱাৰে। সকলোৱে জিনাৰ পৰা সৌন্দৰ্যৰ পৰামৰ্শ বিচাৰে। জিনাই কৈছে মানসিক শান্তিয়ে বয়স নিয়ন্ত্ৰণকৰাতো যথেষ্ট সহায় কৰে। জিনাই কয় যে যেতিয়া তাই নাতিৰ সৈতে পাৰ্কলৈ যায়, মানুহে তেওঁকে মাক বুলি ভাবে আৰু কেতিয়াবা আনকি ডেকা ল'ৰাবোৰে তাইৰ সৈতে ফ্লাৰ্ট কৰা আৰম্ভ কৰে।

শেহতীয়া বাতৰি