এডাল্ট কণ্টেণ্ট ইণ্ডাষ্ট্ৰীয়ে বেলেগ বেলেগ বয়সৰ লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হয়। যুৱকৰ পৰা আদি কৰি বয়োজ্যেষ্ঠজনলৈকে এই চাইটত ভিডিট কৰা দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ এগৰাকী মডেলে এডাল্ট চাইটৰ সৈতে জড়িত থকা নিজৰ এক অভিজ্ঞতা শ্বেয়াৰ কৰিছে। মডেলগৰাকীয়ে কৈছে যে, এবাৰ তেওঁ এটা চাইটত নিজৰ দেউতাকৰ একাউণ্ট দেখিছিল। ইয়াৰ পিছত যি হ'ল, সেয়া অতি আচৰিত।
লৱা এগৰাকী ইনষ্টাগ্ৰাম ইনফ্লুয়েঞ্জাৰ আৰু এডাল্ট মডেল। তিনি লাখতকৈ অধিক ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ আছে। ডেলী ষ্টাৰৰ ৰিপৰ্ট মতে, লৱাই টিকটকত এটা ভিডিও শ্বেয়াৰ কৰি আচৰিত মন্তব্য কৰিছে। কৈছে যে, এবাৰ তেওঁ 'চুগাৰ ডেডী' ৱেবচাইট চাই আছিল, আৰু নিজৰ দেউতাকৰ একাউণ্ট আহি গৈছিল। আপোনাক কও যে, 'চুগাৰ ডেডী'ৰ অৰ্থ হৈছে, বয়সীয়াল পুৰুষে নিজতকৈ কম বয়সৰ যুৱতীৰ সৈতে সময় পাৰ কৰিবলৈ আৰু সম্বন্ধ গঢ়ি মোটা ৰকমৰ গিফট দিয়া এটা চাইট।
দেউতাকক এডাল্ট চাইটত দেখাৰ পিছত যুৱতীয়ে কৰিছিল মেছেজঃৱেবচাইটত থাকোতে এদিন দেউতাকৰ সৈতে মিলা কিছুমান কথা দেখিবলৈ পায়। আৰু যেতিয়া মনোযোগেৰে প্ৰফাইলটো চাই, তেতিয়া নিশ্চিত হয় যে, সেইজন তেওঁৰ দেউতাক। আৰু তেতিয়াই লৱাই দেউতাকক মেছেজ দিয়ে যে, হাই ডাড, লৱাৰ মেছেজ দেখি দেউতাক হতবাক হৈ পৰে আৰু লগে লগে লৱাত ব্লক কৰি দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|