• Home
  • »
  • News
  • »
  • world
  • »
  • Viral Video: এটি কণমানিয়ে বৰশীৰে ধৰি আছিল মাছ...হঠাত্‍ পানীৰ পৰা উঠি আহিল যমদূত! তাৰ পিছত যি ঘটিল...

Viral Video: এটি কণমানিয়ে বৰশীৰে ধৰি আছিল মাছ...হঠাত্‍ পানীৰ পৰা উঠি আহিল যমদূত! তাৰ পিছত যি ঘটিল...

Viral Video: ভয়ানক এই ভিডিও দেখিলে গাৰ নোম থিয় হৈ যাব।

Viral Video: ভয়ানক এই ভিডিও দেখিলে গাৰ নোম থিয় হৈ যাব।

Viral Video: ভয়ানক এই ভিডিও দেখিলে গাৰ নোম থিয় হৈ যাব।

  • Share this:
কেতিয়াবা কিছুমান সাধাৰণ ঘটনাই ডাঙৰ ঘটনাৰ ৰূপ লয়! নজনাকৈয়ে ঘটি যায় বহু ঘটনা।  কেতিয়াবা ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিলেও সেই ঘটনাই মনত ক্ৰীড়া কৰি থাকে বহুদিনলৈ। এইবাৰ ইণ্টাৰনেটত ভাইৰেল হৈছে তেনে এক ঘটনাই। যি ঘটনা দেখিলে মুহূৰ্তৰ বাবে হ'লেও হৃদপিণ্ড বন্ধ পৈ পৰিব আপোনাৰ!

সাত বছৰীয়া এটি কণমানিয়ে দেউতাকৰ সৈতে পুখুৰীত মাছ ধৰিবলৈ গৈছিল। বৰশীত মাছ লগাত কণমানিটোৱে টানিবলৈ ধৰে। সি জনা নাছিল যে, বৰশীত লগা মাছ পুখুৰীৰ পাৰৰ পৰা বুটলিবলৈ যাওতে পানীৰ পৰা উঠি আহে দৈত্যকাৰ এটা জন্তু। পিছে কি এই জন্তু! বিশাল জন্তুটো দেখি মাটিত ঢলি পৰে কণমানিটো।



জনা গৈছে যে, এই ঘটনাটো সংঘটিত হৈছে আমেৰিকাৰ ফ্লোৰিডাৰ পাম কোষ্টত। চিয়ান ম্যাকমোহন নামৰ এজন ব্যক্তিয়ে তেওঁৰ পুত্ৰ ডছনক লগত লৈ ঘৰৰ কাষৰে পুখুৰীত মাছ ধৰিবলৈ গৈছিল।  আৰু সেই ঠাইতে কণমানি পুত্ৰ মাছ ধৰা দৃশ্য কেমেৰাত বন্দী কৰিছিল।

ভিডিওটোত দেখা গৈছে যে, মাছটো পুখুৰী পাৰৰ পৰা তুলি আনিবলৈ যাওতে পানীৰ পৰা এক বিৰল ডাঙৰ জন্তু উঠি আহে। কিন্তু সৌভাগ্যক্ৰমে ৰক্ষা পৰে ডছন।

ভিডিও পোহৰলৈ অহাৰ পিছতে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।
Published by:Himangshu Bhuyan
First published: