নগ্ন হৈ হাতীৰ পিঠিত উঠি ফটোশ্বুট কৰিলে তাৰকা টেনিছ খেলুৱৈৰ জীয়ৰীয়ে...সকলোৱে দিলে ধিক্কাৰ

জনপ্ৰিয় হ’বলৈ বহুজনে বহু সময়ত বিভিন্ন ধৰণৰ আচৰিত কাম কৰা দেখা যায়। শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা ভিডিও।
জনপ্ৰিয় হ’বলৈ বহুজনে বহু সময়ত বিভিন্ন ধৰণৰ আচৰিত কাম কৰা দেখা যায়। শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা ভিডিও।
- News18 Assam
- Last Updated: February 20, 2021, 10:55 PM IST
উল্লেখযোগ্য যে, ২২ বছৰীয়া এলেছিয়া, বিশ্ব টেনিছ খেলুৱৈ য়েভগিনি কাফেলনিকোভৰ জীয়ৰী। মডেলগৰাকীয়ে ১৩ ফেব্ৰুৱাৰীত এনেধৰণৰ এটা ভিডিও ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰিছিল। "নেচাৰেল ভাইবছ" শীৰ্ষক কেপশ্বন দিয় এই ভিডিওটো শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে।
এলেছিয়া কাফেলনিকোভাই ইনষ্টাগ্ৰাম পেজত এই ভিডিওটো শ্বেয়াৰ কৰাৰ পিছতে বিভিন্নজনে ভিন্ন মন্তব্য আগবঢ়ায়। এই সম্পৰ্কে এজনে পোষ্টটোৰ তলত মন্তব্যত কৰিছে "পুতৌলগা হাতীটো। হাতীৰ ওপৰত উলংগ হৈ শুবলৈ আপুনি লজ্জাবোধ কৰা নাই নেকি? এইটো এটা জীৱিত প্ৰাণী।'
AlesyaKafelnikova
sekarang udah banyak Orang asing PANSOS di INDONESIA.
apa ini kerja Intel mereka dr dulu?😂😂😂 ingin ku berkata GOBLOGGGG#LihatDenganJernih pic.twitter.com/U8VA9xifFC— ANTON RASI (@ANTONRASI2) February 18, 2021
আন এজনৰ মতে, "এইটো স্বাভাৱিক কাম নহয়, হাতীটো এৰি দিয়ক আৰু চকী বা আন কিবা ব্যৱহাৰ কৰক। এইয়া নিষ্ঠুৰতা আৰু তেওঁ উলংগ হৈ থকাৰ বাবেও যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছ। হাতীটোক এনেদৰে ব্যৱহাৰ কৰাটো অনুচিত বুলিও একাংশত মন্তব্য কৰে। এনেদৰে ৰাছিয়ান ছচিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ গৰাকীৰ এই কাৰ্যৰ বিৰুদ্ধে তীক্ষ্ণ সমালোচনা আগবঢ়ায়।
এই ভিডিঅ'টোৰ পিছতে বিভিন্ন পশু পালন তথা সেৱা সংস্থাসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চেভ এছিয়ান এলিফণ্টকে ধৰি পশু সংস্থাৰ পৰা অপমানজনক মন্তব্য লাভ কৰিছে। মডেল গৰাকীৰ এই কাৰ্যৰ নিন্দা কৰি পোষ্টটো 'অতি দুখজনক’ বুলি বৰ্ণনা কৰিছে।