Video: বৰফেৰে ভৰ্তি বাথটাবত বহি এইগৰাকী কণ্ঠশিল্পীয়ে খালে নিজৰ প্ৰস্ৰাৱ!

News18-Assam
Updated:November 21, 2019, 4:07 PM IST
Video: বৰফেৰে ভৰ্তি বাথটাবত বহি এইগৰাকী কণ্ঠশিল্পীয়ে খালে নিজৰ প্ৰস্ৰাৱ!
৬১ বছৰীয়া আমেৰিকাৰ কণ্ঠশিল্পী, অভিনেত্ৰী মেডোনাই এই কেইদিন ‘মেডাম এক্স ট’ৰ’ কৰি আছে।এইসময়তে কণ্ঠশিল্পীগৰাকীয়ে পুৱা ৩ বজাত এটা ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে

৬১ বছৰীয়া আমেৰিকাৰ কণ্ঠশিল্পী, অভিনেত্ৰী মেডোনাই এই কেইদিন ‘মেডাম এক্স ট’ৰ’ কৰি আছে।এইসময়তে কণ্ঠশিল্পীগৰাকীয়ে পুৱা ৩ বজাত এটা ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে

  • Share this:
হলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী মেডোনাৰ এক আশ্বৰ্যকৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।  এই ভিডিঅ’টোত মেডোনাই একাপ নিজৰ প্ৰস্ৰাৱ খোৱা দেখা গৈছে। ৬১ বছৰীয়া পপ কণ্ঠশিল্পী মেডোনাই কেইদিন ‘মেডাম এক্স ট’ৰ’ কৰি আছে।এইসময়তে কণ্ঠশিল্পীগৰাকীয়ে পুৱা ৩ বজাত এটা ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

aceshowbiz ৰ এক ৰিপৰ্টৰ ভিত্তিত মেডোনাক ভিডিঅ’টোত পুৱা ৩ বজাত শ্বেয়াৰ কৰা ভিডিঅ’টোত বাথটাবত বহি থকা দেখা গৈছিল।  ভিডিঅ’টো শ্বেয়াৰ কৰি মেডোনাই লিখিছে, ‘ কি, মই বৰফত গা ধোৱা চেলেঞ্জ আৰম্ভ কৰিব লাগে নেকি? হাতত নিজৰ প্ৰস্ৰাৱ লৈ কৈছে, গা ধোৱাৰ পিছত নিজৰ প্ৰস্ৰাৱ খাওক, ঘাঁ শুকোৱাৰ উৎকৃষ্ট ঔষধ।’



আৰু চাওক পৰৱৰ্তী বাতৰি