যাদুকৰী মহিলা, চোৰ কৰা ৮ টা জিনচ পেণ্ট একেলগে পিন্ধি ধৰা পৰিল মহিলা! চাওক Video

News18-Assam
Updated:November 23, 2019, 4:39 PM IST
যাদুকৰী মহিলা, চোৰ কৰা ৮ টা জিনচ পেণ্ট একেলগে পিন্ধি ধৰা পৰিল মহিলা! চাওক Video
শ্বপিং মলত এগৰাকী মহিলাই ৮ টা জিনচ পেণ্ট চুৰি কৰি পিন্ধিলে একেলগে, ছচিয়েল মিডিয়াত ভাইৰেল

শ্বপিং মলত এগৰাকী মহিলাই ৮ টা জিনচ পেণ্ট চুৰি কৰি পিন্ধিলে একেলগে, ছচিয়েল মিডিয়াত ভাইৰেল

  • Share this:
শ্বপিং মলত বজাৰ কৰিবলৈ গৈ এগৰাকী মহিলাই চুৰি কৰিলে ৮ টা জিনচ পেণ্ট। কিন্তু চুৰি কৰিলে হয়, কিন্তু আগতটো চিকিউৰিটী আছে গতিকে কি হ’ব এতিয়া! বুদ্ধি কৰি একেলগে  আটাইকেইটা জিনচ পেণ্ট পিন্ধি শ্বপিং মলটোৰ পৰা ওলাই যায় মহিলাগৰাকী। কিন্তু ভাগ্য যেন বেয়া আছিল মহিলাগৰাকীৰ। মহিলাগৰাকীৰ এই চুৰি কাৰ্য বন্দী হ’ল CCTV কেমেৰাত। পিছত আধা বাটৰ পৰা মহিলাগৰাকীক উভতাই আনে শ্ব’পিং মলটোৰ কৰ্তৃপক্ষই।  ভুল স্বীকাৰ কৰি মহিলাগৰাকীয়ে জিনছ পেণ্ট খুলাৰ দৃশ্য ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। ঘটনাটো সংঘটিত হৈছে  ভেনিজুৱেলাৰ এখন শ্বপিং মলত।
Woman caught stealing eight pairs of jeans by wearing them all at once from r/trashy

আৰু চাওক পৰৱৰ্তী বাতৰি