মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আক্ৰান্ত হ’ল কোৰোণাত, পত্নী মেলানিয়াৰ দেহতো ধৰা পৰিল কোৰোণাৰ অৱস্থিতি

News18 Assam | News18-Assam
Updated:October 2, 2020, 11:33 AM IST
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আক্ৰান্ত হ’ল কোৰোণাত, পত্নী মেলানিয়াৰ দেহতো ধৰা পৰিল কোৰোণাৰ অৱস্থিতি
টুইটাৰৰ জৰিয়তে এই কথা জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

টুইটাৰৰ জৰিয়তে এই কথা জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

  • Share this:
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আক্ৰান্ত হ’ল কোৰোণা ভাইৰাছত। আনকি পত্নী মেলানিয়া ট্ৰাম্পৰ দেহতো ধৰা পৰিল কোৰোণাৰ অৱস্থিতি। ইয়াৰ পূৰ্বে ট্ৰাম্পৰ ব্যক্তিগত সহায়ক হোপ হিক্সৰ দেহত ধৰা পৰিছিল কোৰোণাৰ অৱস্থিতি।



ইয়াৰ পিছতে ট্ৰাম্প আৰু মেলায়িনাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল। বৰ্তমান হোম আইছ’লেছনত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী। একেলগে কোৰোণা জয় কৰিব ড’নাল্ড ট্ৰাম্প আৰু মেলিনিয়া ট্ৰাম্পে। এনেদৰে আত্মবিশ্বাসী ট্ৰাম্পে টুইটাৰ যোগে প্ৰকাশ কৰিলে নিজৰ মনৰ কথা। নিৰ্বাচনৰ পূৰ্বে ড’নাল্ড ট্ৰাম্প কোৰোণাত আক্ৰান্ত হোৱাত ইয়াৰক প্ৰভাৱ নিৰ্বাচনী প্ৰচাৰত পৰিব বুলি অনুমান কৰিছে বিশেষজ্ঞই।
Published by: Himangshu Bhuyan
First published: October 2, 2020, 11:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading