আমেৰিকাই হত্যা কৰিলে অল কায়দাৰ দুৰ্ধৰ্ষ নেতা কাছিম অল ৰিমীক

News18 Assam | News18-Assam
Updated:February 7, 2020, 9:15 AM IST
আমেৰিকাই হত্যা কৰিলে অল কায়দাৰ দুৰ্ধৰ্ষ নেতা কাছিম অল ৰিমীক
এই আক্ৰমণত অল কায়দাৰ আন এজন নেতা অয়মান অল জৱাহিৰিৰো মৃত্যু হোৱা বুলি দাবী কৰিছে আমেৰিকাই।

এই আক্ৰমণত অল কায়দাৰ আন এজন নেতা অয়মান অল জৱাহিৰিৰো মৃত্যু হোৱা বুলি দাবী কৰিছে আমেৰিকাই।

  • Share this:
আমেৰিকাৰ হাতত নিহত হ’ল অল কায়দাৰ দুৰ্ধৰ্ষ নেতা কাছিম অল ৰিমী। য়েমেনত আমেৰিকান সেনাই হত্যা কৰি ৰিমীক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কাছিম অল ৰিমীৰ তথ্য দিওতালৈ ৭১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। হোৱাইট হাউছৰ তথ্য অনুসৰি, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্দেশতে হত্যা কৰা হৈছে ৰিমীক। এই আক্ৰমণত অল কায়দাৰ আন এজন নেতা অয়মান অল জৱাহিৰিৰো মৃত্যু হোৱা বুলি দাবী কৰিছে আমেৰিকাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি