ভাৰত–আমেৰিকাৰ এটৰ্নীয়ে আব্ৰাহাম লিংকনৰ সৈতে তুলনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

ভাৰতীয়–আমেৰিকাৰ এটৰ্নী ৰবি বট্ৰাই কয় যে,  সন্ত্ৰাসবাদৰে যুদ্ধ সমাপ্ত কৰাৰ সময় আহি পৰিছে কাৰণ মানুহৰ অধিকাৰ আৰু স্বতন্ত্ৰতা সুৰক্ষিত কৰিব লাগে।

News18-Assam
Updated:October 23, 2019, 10:23 PM IST
ভাৰত–আমেৰিকাৰ এটৰ্নীয়ে আব্ৰাহাম লিংকনৰ সৈতে তুলনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক
ভাৰতীয়–আমেৰিকাৰ এটৰ্নী ৰবি বট্ৰাই কয় যে,  সন্ত্ৰাসবাদৰে যুদ্ধ সমাপ্ত কৰাৰ সময় আহি পৰিছে কাৰণ মানুহৰ অধিকাৰ আৰু স্বতন্ত্ৰতা সুৰক্ষিত কৰিব লাগে।
News18-Assam
Updated: October 23, 2019, 10:23 PM IST
ভাৰতীয়–আমেৰিকাৰ এটৰ্নী ৰবি বট্ৰাই কয় যে,  সন্ত্ৰাসবাদৰে যুদ্ধ সমাপ্ত কৰাৰ সময় আহি পৰিছে কাৰণ মানুহৰ অধিকাৰ আৰু স্বতন্ত্ৰতা সুৰক্ষিত কৰিব লাগে।  যেতিয়া আমেৰিকাৰ  বহুকেইজন সাংসদে জম্মু–কাশ্মীৰৰ বিবাদ সম্পৰ্কত বিশেষ আলোচনাত মিলিত  হৈছিল তেতিয়াই  এই মন্তব্য কৰিছিল ভাৰতীয়–আমেৰিকাৰ এটৰ্নীগৰাকীয়ে।

বট্ৰাই কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ দৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশৰ জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি সদায় চকু ৰাখিছে। কাশ্মীৰত সন্ত্ৰাসবাদীৰে ভাৰতীয় সেনাৰ সংঘৰ্ষ হওতে যাতে দেশৰ সাধাৰণ মানুহ নিৰাপত্তাহীনতাত ভূগিবলগীয়া নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই বিষয়ে সদায় গুৰুত্ব দি আহিছে বুলি মন্তব্য কৰে বট্টাই।

 


 
আৰু চাওক পৰৱৰ্তী বাতৰি