Network18 ৰ প্ৰচেষ্টাক আদৰণী কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীৰ। এই অভিযানৰ মূল উদ্দেশ্য হ’ল পানীৰ সংকট দূৰ কৰা, জনসাধাৰণক সজাগ কৰা
Network18 ৰ প্ৰচেষ্টাক আদৰণী কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীৰ। এই অভিযানৰ মূল উদ্দেশ্য হ’ল পানীৰ সংকট দূৰ কৰা, জনসাধাৰণক সজাগ কৰা
এইবাৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত মিছন মিছন পানী অভিযান। মুম্বাইত ২৭ আগষ্টত উদ্বোধন কৰাৰ পিছত এইবাৰ ষ্টকহ’মত মুকলি কৰা হ’ল Network18 ৰ মিছন পানী অভিযান। পানীৰ সংকট দূৰ কৰা আৰু সেই বিষয়ে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্য আগত ৰাখি আৰম্ভ কৰা এই অভিযান ষ্টকহমত উদ্বোধন কৰে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে।
শ্বেখাৱতে কয় যে, ব্যৱহাৰৰ পৰিৱৰ্তন বৰ্তমান সময়ত সকলোতকৈ কঠিন কাম। কিন্তু যিদৰে স্বচ্ছ ভাৰত অভিযানে সফলতা লাভ কৰিলে, ঠিক সেইদৰে মিছন পানীৰ প্ৰচেষ্টাকো সকলোৱে সঁহাৰি জনাব। সেইদৰে মিছন পানী অভিযানক আদৰণীয় পদক্ষেপ আখ্যা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|