• Home
  • »
  • News
  • »
  • world
  • »
  • Russia-Ukraine Crisis: আমি যুঁজিম আৰু আমি জিকিম, ৰাছিয়াৰ আক্ৰমণৰ সন্মুখীন হ'বলৈ সাজু ইউক্ৰেইন

Russia-Ukraine Crisis: আমি যুঁজিম আৰু আমি জিকিম, ৰাছিয়াৰ আক্ৰমণৰ সন্মুখীন হ'বলৈ সাজু ইউক্ৰেইন

Russia-Ukraine Crisis: ইউক্ৰেইনৰ বিদেশ মন্ত্ৰালয়ে ঘোষণা কৰিছে যো কোনো কাৰণতে নিজ দেশৰ প্ৰতিৰক্ষাৰ পৰা পিছুৱাই নাহে ইউক্ৰেইন।

  • Share this:
ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰাৰ পিছতে প্ৰত্যুত্তৰ দিছে ইউক্ৰেইনে। ইউক্ৰেইনৰ বিদেশ মন্ত্ৰালয়ে ঘোষণা কৰিছে যো কোনো কাৰণতে নিজ দেশৰ প্ৰতিৰক্ষাৰ পৰা পিছুৱাই নাহে ইউক্ৰেইন। ৰাছিয়াই ইউক্ৰেইনৰ শান্তিপূৰ্ণ অঞ্চলত আক্ৰমণ আৰম্ভ কৰিছে। এই যুদ্ধ ৰাছিয়াৰ আগ্ৰাসনৰ যুদ্ধ। বিশ্বই পুটিনক যুদ্ধৰ পৰা বাৰণ কৰা উচিত। এতিয়াই এই কাম কৰাৰ সময়।

উল্লেখ্য যে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে সামৰিক অভিযানৰ নিৰ্দেশ দিছে ৰাছিয়ান সেনাক।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি