• Home
  • »
  • News
  • »
  • world
  • »
  • Russia Ukraine War: চুমিত আৱদ্ধ হৈ থকা সকলো ৬৯৪ জন ভাৰতীয় শিক্ষাৰ্থীক সুৰক্ষিতভাৱে উদ্ধাৰ ! চৰকাৰে জানিবলৈ দিছে এই কথা ...

Russia Ukraine War: চুমিত আৱদ্ধ হৈ থকা সকলো ৬৯৪ জন ভাৰতীয় শিক্ষাৰ্থীক সুৰক্ষিতভাৱে উদ্ধাৰ ! চৰকাৰে জানিবলৈ দিছে এই কথা ...

ইউক্ৰেইনৰ (Ukraine) চুমিত (Sumy) আৱদ্ধ প্ৰায় ৬০০ ভাৰতীয় শিক্ষাৰ্থীৰ (Indian Students) উদ্ধাৰ আৰম্ভ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে (Hardeep Singh Puri) সাংবাদিকক কৈছে যে চুমি চহৰত আৱদ্ধ হৈ থকা সকলো ৬৯৪ জন ভাৰতীয় শিক্ষাৰ্থীক বাছযোগে পল্টাভালৈ লৈ যোৱা হৈছে।

  • Share this:
ইউক্ৰেইনৰ (Ukraine) চুমিত (Sumy) আৱদ্ধ প্ৰায় ৬০০ ভাৰতীয় শিক্ষাৰ্থীৰ (Indian Students) উদ্ধাৰ আৰম্ভ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে (Hardeep Singh Puri) সাংবাদিকক কৈছে যে চুমি চহৰত আৱদ্ধ হৈ থকা সকলো ৬৯৪ জন ভাৰতীয় শিক্ষাৰ্থীক বাছযোগে পল্টাভালৈ লৈ যোৱা হৈছে। "যোৱা নিশা মই নিয়ন্ত্ৰণ কক্ষৰ পৰা পৰীক্ষা কৰিছিলো, চুমি চহৰত ৬৯৪ জন ভাৰতীয় শিক্ষাৰ্থী বাকী আছিল। আজি বাছত তেওঁলোক সকলোৱে পল্টাভালৈ ৰাওনা হৈছে," সংবাদ সংস্থা পিটিআইৰ মতে, চুমি বিশ্ববিদ্যালয়ৰ এজন চিকিৎসা বিদ্যাৰ্থীয়ে নিশ্চিত কৰিছে যে বাছসমূহ আহি পাইছে আৰু শিক্ষাৰ্থীসকলে বাছত উঠিবলৈ আৰম্ভ কৰিছে।

তেওঁ কয়, "আমাক কোৱা হৈছে যে আমি পল্টাভালৈ যাম। মই প্ৰাৰ্থনা কৰিছো যে আমি এটা সুৰক্ষিত অঞ্চলত উপনীত হওঁ আৰু এই দুখ-কষ্টৰ সমাপ্তি ঘটিব। চুমি আৰু ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ওচৰৰ ইৰপিন চহৰৰ পৰা অসামৰিক লোকসকলক স্থানান্তৰ কৰাৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলক গ্ৰীণ কৰিডৰৰ জৰিয়তে মধ্য ইউক্ৰেইনৰ এখন চহৰ পল্টাভালৈ স্থানান্তৰ কৰা হৈছে।

ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰালয়ে চুমিৰ নাগৰিকসকলক স্থানান্তৰ কৰাৰ এটা ভিডিঅ' টুইট কৰি কয়, "আমি ৰাছিয়াক ইউক্ৰেইনৰ অন্যান্য মানৱীয় কৰিডৰত সন্মত হ'বলৈ আহ্বান জনাইছো।"
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি