• Home
  • »
  • News
  • »
  • world
  • »
  • পুৱা একাপ গৰম চাহ নোখোৱাকৈ কামত নলগা এটা ঘোঁৰা, চাওক VIDEO

পুৱা একাপ গৰম চাহ নোখোৱাকৈ কামত নলগা এটা ঘোঁৰা, চাওক VIDEO

পুৱাই ঘোঁৰাটোক লাগে ডাঙৰ কাপত একাপ চাহ। সেই চাহকাপ খাইহে কামত লাগে ঘোঁৰাটো।

পুৱাই ঘোঁৰাটোক লাগে ডাঙৰ কাপত একাপ চাহ। সেই চাহকাপ খাইহে কামত লাগে ঘোঁৰাটো।

পুৱাই ঘোঁৰাটোক লাগে ডাঙৰ কাপত একাপ চাহ। সেই চাহকাপ খাইহে কামত লাগে ঘোঁৰাটো।

  • Share this:
পুৱাৰ চাপকাপেৰে আমি আৰম্ভ কৰো আমাৰ দিনটো। পুৱাৰ চাহকাপ নাখালে যেন গোটেই দিনটোৰ বাবে কিবা এটা আধৰুৱা আধৰুৱা লাগে। পুৱাৰ এই চাহকাপে দিনটোৰ বাবে সতেজ কৰি ৰাখে আমাৰ দেহ–মন।

কিন্তু আপুনি এনেকুৱা জন্তু দেখিছেনে যিয়ে পুৱাৰ চাহকাপ নোখোৱাকৈ আৰম্ভ নকৰে দিনটোৰ কাম? আচৰিত যেন লাগিলেও এই পৃথিৱীত ঘটি আছে বহু আজৱ ঘটনা। আজি আমি দেখুৱাম এটা ঘোঁৰা, যিটো ঘোঁৰাই পুৱা একাপ চাহ নোখোৱাকৈ কোনো কামত নালাগে। পুৱাই ঘোঁৰাটোক লাগে ডাঙৰ কাপত একাপ চাহ। সেই চাহকাপ খাইহে কামত লাগে ঘোঁৰাটো।

চাহ খাই ভাল পোৱা এই ঘোঁৰাটো আছে ইংলেণ্ডৰ মাৰ্ছিছাইড আৰক্ষী বিভাগত। ঘোঁৰাটোৰ নাম জেক। জেকে দৈনিক কামলৈ যোৱাৰ পূৰ্বে এটা ডাঙৰ কাপত খাই একাপ গৰম চাহ।

চাওক ভিডিঅ’ :



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

First published: