Spot The Cat: ইণ্টাৰনেটত ভাইৰেল হোৱা এখন ছবি। টুইটাৰত (Twitter) মানুহে মেকুৰী বিচৰাৰ (Spot the cat challenge) এটা চেলেঞ্জে বহুতকে আকৰ্ষণ কৰিছে। ছবিখনত থকা মেকুৰীটো বিচাৰিবলৈ বহুতেই ঘণ্টাৰ পিছত ঘণ্টা চেষ্টা কৰিও সফল হোৱা নাই। আপুনি পাৰিব নে কি? চাওকচোন!

ইণ্টাৰনেটত আজিকালি Spot the Object Puzzles যথেষ্ট ভাইৰেল হ’বলৈ ধৰিছে। মানুহে এনে চেলেঞ্জত (Social Media Challenges) নিজৰ মগজু লগাই (Mind Boggling Puzzles) সময় অতিবাহিত কৰিবলৈ যথেষ্ট পচন্দ কৰে। আহকচোন চাওঁ এনে এক ভাইৰেল চেলেঞ্জ য’ত এটা মেকুৰী ছবি এখনত বিচাৰি উলিওৱাক লৈ চৰ্চা চলিছে।
Buitengebieden নামৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰা এই ছবিখনত মানুহক চেলেঞ্জ দিয়া হৈছে ছবিখনত থকা মেকুৰীটো বিচাৰি উলিয়াব লাগে (Spot the cat), ছবিখনত এখন সাধাৰণ দৰ্জা আছে আৰু ইয়াৰ আশে পাশে ক’তো কোনো জন্তু দেখিবলৈ পোৱা নাযায়। দেখাত সাধাৰণ যেন লগা এই চেলেঞ্জত (Mind Boggling Puzzles) আপুনিও যদি মেকুৰীটো বিচাৰিব লগীয়া হয় সময় চকুৰ পলকত পাৰ হ’ব।
মেগনিফাইং গ্লাছ লৈও ছবিখন চাব পাৰে!
ছবিখনত মেকুৰীটো বিচাৰি উলিয়াব নোৱাৰি বহুতে কৰিলে মজাৰ কমেণ্ট।
অৱশেষত এজন ব্যক্তিয়ে দাবী কৰিলে মেকুৰীটো বিচাৰি উলিওৱাৰ।
ইণ্টাৰনেট ব্যৱহাৰকাৰীজনৰ দৃষ্টি মানিবলগীয়া!
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|